গুৱাহাটী

বেজৰ নাকতে খৰঃ থানাৰ ভিতৰতে যৌন নিৰ্যাতন, গুৱাহাটীত আৰক্ষী বিষয়াক আটক

asomiyapratidin
  • নাৰী নিৰ্যাতনৰ গোচৰত এইবাৰ আটক হ'ল আৰক্ষী বিষয়া।
  • থানাতেই দুগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ বিষয়াজনৰ বিৰুদ্ধে।
  • বিষয়াজনৰ নাম মোহন দলৈ।
  • সাতগাঁও থানাত কৰ্মৰত আছিল বিষয়াজন।
  • ছয়মাইলৰ পৰা আটক কৰে সাতগাঁও আৰক্ষীয়ে।
  • বৰ্তমান নুনমাটি থানাত আছে বিষয়াজন।
  • আৰক্ষীৰ উচ্চপদস্থ বিষয়াই সোধপোছ কৰিছে অভিযুক্ত বিষয়াজনক।