গুৱাহাটী

ভাল খবৰঃ হ্ৰাস পালে পেট্ৰ’লৰ মূল্য…

asomiyapratidin
  • শনিবাৰে পুনৰ হ্ৰাস পালে পেট্ৰ'লৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লত শনিবাৰে হ্ৰাস পালে ০.৭ টকা।
  • বৰ্তমান মহানগৰীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭২.৩১ টকা।
  • দুদিনত গুৱাহাটীত পেট্ৰ'লৰ মূল্য ০.৪৪ টকা হ্ৰাস পায়।
  • ২ আগষ্টত পেট্ৰ'লৰ মূল্য আছিল ৭২.৩৮ টকা।