২০২০ বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা ঘোষণা।এই বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা বিতোপন বৰবৰালৈ।দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক বৰবৰাক বাচনি কৰা হৈছে এই বঁটাৰ বাবে।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ঘোষণা কৰা হয় এই বঁটাপ্ৰাপকৰ নাম।