গুৱাহাটীত আহি উপস্থিত হৈছেহি কংগ্ৰেছ নেতা তথা প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি চিদাম্বৰাম।বৃহস্পতিবাৰে গুৱাহাটীলৈ অহা নেতাগৰাকীয়ে শুকুৰবাৰে এক দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।ৰাজীৱ ভৱনত অনুষ্টিত এক সংবাদমেলতো অংশ ল'ব প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।