গুৱাহাটী

কৰুণ ঘটনাঃ অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত পুৱাই বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু…

asomiyapratidin
  • পুৱাই মহানগৰীত সংঘটিত হ'ল এক কৰুণ ঘটনা।
  • চানমাৰীস্থিত অসমীয়া প্ৰতিদিনৰ কাৰ্যালয়ৰ সমীপত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু এজন যুৱকৰ।
  • জানিব পৰা মতে, পুৱা প্ৰায় ৮ বজাত ৰে'লৱেৰ গেটত ৰং কৰি আছিল যুৱকজনকে।
  • সেই সময়তে গেটখনৰ ওপৰেৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু হয় যুৱকজনৰ।
  • স্থানীয় ৰাইজে সদৰি কৰা অনুসৰি, মৃত যুৱকজনৰ নাম দিগন্ত।
  • ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ চানমাৰী আৰক্ষী থানাৰ আৰক্ষী।