দীপক কুমাৰ গুৱাহাটীৰ নতুন আৰক্ষী আয়ুক্ত।প্ৰদীপ চন্দ্ৰ শালৈৰ স্থলাভিষিক্ত হ'ব আই পি এছ বিষয়াগৰাকী।ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক আছিল কুমাৰ।আজি অৱসৰ গ্ৰহণ কৰিব আৰক্ষী আয়ুক্ত প্ৰদীপ চন্দ্ৰ শালৈয়ে।