ঠাকুৰকুছি ৰে’ল ষ্টেচনত দুৰ্বৃত্তৰ অগ্নিসংযোগ...
ঠাকুৰকুছি ৰে’ল ষ্টেচনত দুৰ্বৃত্তৰ অগ্নিসংযোগ... 
গুৱাহাটী

ঠাকুৰকুছি ৰে’ল ষ্টেচনত দুৰ্বৃত্তৰ অগ্নিসংযোগ...

Asomiya Pratidin
  • চন্দ্রপুৰৰ ঠাকুৰকুছিত উত্তেজনা।

  • দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰিলে ঠাকুৰকুছি ৰে’ল ষ্টেচনত।

  • জুইয়ে আগুৰি ধৰে ষ্টেচনৰ লগতে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চল।

  • কথমপি ৰক্ষা পৰে শিলঘাট এক্সপ্রেছ।

  • ষ্টেচনৰ কৰ্মচাৰী, অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত জুই।