মহানগৰীৰ মালিগাঁৱৰ মাধৱদেৱ নগৰত অগ্নিকাণ্ড।ৰাম কুমাৰ উপাধ্যায় নামৰ এজন লোকৰ বাসগৃহত জুইৰ সূত্ৰপাত।জুইত ভস্মীভূত বাসগৃহটোৰ লগতে সা-সামগ্ৰী।চিলিণ্ডাৰ বিস্ফোৰিত হৈ জুইৰ সূত্ৰপাতৰ সন্দেহ।অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।