- লখৰা চাৰিআলিত পথ দুৰ্ঘটনা।
- এখন লোহাৰ পৰিবাহী ট্ৰাকে মহতিয়াই নিলে ট্ৰেফিক পইন্ট।
- চূৰ্ণ-বিচূৰ্ণ হৈ গ'ল ট্ৰেফিক পইন্টতো।
- কথামপি প্ৰাণ ৰক্ষা কৰে কৰ্তব্যত নিয়োজিত যান-বাহন আৰক্ষীগৰাকীৰ।
দিনৰ ভাগত ট্ৰেফিক পইন্টটো
- খানাপাৰা দিশৰ পৰা আহি আছিল লোহাৰ পৰিবাহী ট্ৰাকখন।
- দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এ এছ ০৪-এ চি- ১২৬৯।