- জু-ৰোডৰ নামঘৰৰ পৰা আমবাৰীৰ বুঢ়া মছজিদ দিশে আগবাঢ়িছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ নিয়া সমদল।
- পথৰ দুয়োকাষত থিয় হৈ তেওঁৰ গুণমুগ্ধসকলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহত পুষ্পবৰ্ষণ কৰিছে।
- অমৰ হওঁক তৰুণ গগৈ ধ্বনি আগবাঢ়ি গৈছে এই সমদল।
- বুঢ়া মছজিদত কিছু সময়ৰ বাবে ৰ'ব এই সমদল।
- তাৰপাছত পুনৰ আগবাঢ়িব উগ্ৰতৰা মন্দিৰৰ দিশে।