মঙলবাৰৰ পৰা আৰম্ভ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰচাৰ অভিযান।পুৱা ১১ বজাৰ পৰা অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰচাৰ অভিযান চলাই কে এম এছ এছ-য়ে।চানমাৰীৰ প্ৰতীমা পাণ্ডে বৰুৱা প্ৰতিমূৰ্তিৰ সন্মুখৰ পৰা আৰম্ভ কৰা হয় এই অভিযান।