গুৱাহাটীত উপস্থিত বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগণা ৰানাৱট।বৰঝাৰ বিমানবন্দৰত জনপ্রিয় অভিনেত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ অনুৰাগীৰ ভিৰ।খানাপাৰাস্থিত গ্ৰীণ উডছ ৰিজ'ৰ্টত সন্ধিয়া এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব অভিনেত্ৰীগৰাকীয়ে।