গুৱাহাটী

কামাখ্যা মন্দিৰৰ মেখেলা উজুৱা পথত এজন লোকৰ আত্মহত্যা

asomiyapratidin
  • কামাখ্যা মন্দিৰৰ মেখেলা উজুৱা পথত এজন লোকৰ আত্মহত্যা।
  • পাহাৰৰ ওপৰত এজোপা গছত চিপ লৈ আত্মহত্যা লোকজনৰ।
  • এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজন।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।