নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছে কল্লোল বৰঠাকুৰ।মঙলবাৰে এক দুৰ্ঘটনাত পতিত হৈছিল গায়কগৰাকী।বুধবাৰে সম্পূৰ্ণ হয় তেওঁৰ অস্ত্ৰোপচাৰ।চিকিৎসকৰ মতে তেওঁৰ চিন্তাৰ কোনো কাৰণ নাই।বৰ্তমান সকলো ঠিকে আছে গায়কগৰাকীৰ।