গুৱাহাটী

কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন ছাত্ৰ…

asomiyapratidin
  • চন্দ্রপুৰত কলং নৈত গা ধুবলৈ গৈ সন্ধানহীন এজন ছাত্র।
  • সন্ধানহীন ছাত্রজনৰ নাম সুমন শইকীয়া বুলি জানিব পৰা গৈছে।
  • কাজলি চকী বিষ্ণু মন্দিৰৰ সমীপত সংঘটিত হয় এই ঘটনা।
  • এই পৰ্যন্ত ঘটনাস্থলীত উপস্থিত হোৱা নাই উদ্ধাৰকাৰী দল।
  • দুবছৰ পূৰ্বে একেটা স্থানতে সুমনৰ কনিষ্ঠ ভাতৃও নিখোজ হৈছিল।