- জুবিন গাৰ্গৰ আজি জন্মদিন।
- ৪৬ বছৰীয়া হ'ল জুবিন।
- নিশা ১২ বজাত কেক কাটি উদযাপন কৰিলে ওপজা দিনটো।
- জুবিন গাৰ্গক জন্মদিনত শুভেচ্ছা জ্ঞাপন অনুৰাগীৰ।
- খাৰঘূলিৰ জুবিনৰ বাসগৃহৰ সন্মুখতো পুৱাই যথেষ্ট গুণমুগ্ধৰ ভিৰ।
- অসমীয়া যুৱ প্ৰজন্মৰ বাবে হাৰ্টথ্ৰৱ জুবিন গাৰ্গ।
- ১৯৭২ চনৰ ১৮ নবেম্বৰত জন্ম হৈছিল জুবিনৰ।
- অসমীয়া, বঙালী, হিন্দী অনেক ভাষাত জুবিনে গাইছে গীত।
- ছবি পৰিচালক, অভিনেতা হিচাপেও জুবিনৰ আছে এক সুকীয়া পৰিচয়।
- জন্মদিনটো সদায় ব্যতিক্ৰম হিচাপেই উদযাপন কৰে জুবিনে।
চাওঁক নিশা ১২ বজাত জুবিনে কি দৰে উদযাপন কৰিলে নিজৰ ওপজা দিনটো-