গুৱাহাটী

আই আই টি গুৱাহাটীত ছাত্ৰীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা

asomiyapratidin
  • গুৱাহাটী আই আই টিত অঘটন।
  • এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা।
  • ছাত্ৰীগৰাকীৰ নাম নাগেশ্বৰী এছ চি বুলি চিনাক্ত।
  • ধনশ্ৰী হোষ্টেলৰ আবাসী ছাত্ৰীগৰাকী।
  • পূৰ্বেও এনে ঘটনা সংঘটিত হৈছে গুৱাহাটী আই আই টিত।