- মহানগৰীৰ লংকেশ্বৰত সোমবাৰে সংঘটিত হয় এক অঘটন।
- এজন গৃহৰক্ষী জোৱানৰ মৃত্যৱে সৃষ্টি কৰিছে চাঞ্চল্যৰ।
- কোৱাৰ্টাৰত মৃতদেহ উদ্ধাৰ হৈছে জোৱানজনৰ।
- এপিআৰঅ'ৰ ৰেপিটাৰ ষ্টেচনৰ কোৱাৰ্টাৰত উদ্ধাৰ হৈছে এই মৃতদেহ।
- লংকেশ্বৰ মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ।
- মৃত জোৱানজন পাঠশালাৰ দীপক দাস বুলি চিনাক্ত।
- জালুকবাৰী থানাত কৰ্মৰত আছিল তেওঁ।
- ২৮ জানুৱাৰীৰ পৰা জোৱানজন কৰ্মৰত আছিল জালুকবাৰী থানাত।
- জালুকবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।