মহানগৰীৰ নুনমাটিত প্ৰধান শিক্ষকৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ।চূণচালি প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই জঘন্য কাণ্ড।আৰক্ষীৰ জালত অভিযুক্ত প্ৰধান শিক্ষক নীলধৰ কলিতা দাস।আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে অভিযুক্ত শিক্ষকজনক।