গুৱাহাটী

গুৱাহাটীৰ নিৰ্মীয়মান নলাত সোমাল ট্ৰাক…

asomiyapratidin
  • গুৱাহাটীৰ জু ৰোডত দুৰ্ঘটনা।
  • জু তিনিআলিৰ সমীপতে নলাত সোমাল ট্ৰাক।
  • নিৰ্মীয়মান নলাত সোমাল ট্ৰাকখন।
  • কোনো লোক হতাহতি হোৱা নাই।
  • উক্ত পথচোৱাত ব্যাপক যানজট।