মহানগৰীত পাচলিৰ দোকান বন্ধ কৰাৰ নিৰ্দেশ।পাচলি ক্ৰয় কৰাৰ নামত মহানগৰীত এক অৰাজক পৰস্থিতিৰ সৃষ্টি হৈছিল।পাচলিৰ দোকানৰ সন্মুখত ভিৰ কৰিছিল বহু গ্ৰাহকে।এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ল'লে পুনৰ নতুন সিদ্ধান্ত।