মহানগৰীৰ পাণ্ডুৰ জয়মতী নগৰত অগ্নিকাণ্ড।খলিলুৰ ৰহমান নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।৭টাকৈ ভাড়াঘৰৰ ক্ষতিসাধন হয় এই অগ্নিকাণ্ডত।ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিৰ্বাপন কৰে জুই।