গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো)
গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ (প্ৰতিনিধিত্বমূলক ফটো) 
গুৱাহাটী

গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বন্ধঃ যাত্ৰীৰ মাজত হাহাকাৰ...

Asomiya Pratidin
  • বন্ধ হৈ পৰিছে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।

  • ঘন কুঁৱলীৰ বাবে এই সমস্যা।

  • উত্তৰ গুৱাহাটীৰ ফেৰী ঘাটত আবদ্ধ বহু শিক্ষাৰ্থী।

  • আবদ্ধ হৈ আছে বহু চৰকাৰী কৰ্মচাৰী।

  • কুঁৱলী আঁতৰি মুকলি নোহোৱালৈকে নচলে ফেৰী।

  • ফলত ফেৰী ঘাটত হাহাকাৰ সদৃশ পৰিবেশ।