গুৱাহাটী

মহানগৰীৰ নীলাচলপুৰত ভয়ংকৰ ভূমিস্খলন…

asomiyapratidin
  • মহানগৰীৰ নীলাচলপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা।
  • ভূমিস্খলনৰ ফলত ভাঙি পৰিল ২টা বাসগৃহ।
  • এই ভূমিস্খলনৰ ফলত আন কেইবাটাও বাসগৃহৰ ক্ষতিসাধন হয় ।
  • বিপজ্জনকভাৱে ঘৰ নিৰ্মাণৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।