গুৱাহাটী

মহানগৰীৰ লালমাটিত অগ্নিকাণ্ড

asomiyapratidin
  • মহানগৰীৰ ভয়াৱহ অগ্নিকাণ্ড।
  • লালমাটিত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • অসম বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ড০ এ. কে তামুলীৰ বাসগৃহৰ প্ৰথম মহলাত ঘটে জুইৰ সূত্ৰপাত।
  • ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।