মহানগৰীৰ পূব জ্যোতিনগৰৰ চোৰৰ লুটপাত। ৯৫ নং গৃহৰ ধনঞ্জয় দাসৰ ঘৰত চোৰে চলালে চাফাই অভিযান। ১২ হাজাৰ টকাসহ ৪ লাখ টকাৰ সোণৰ আ-অলংকাৰ লুটি নিয়ে চোৰে।সোমবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই চুৰিকাণ্ড। ঘৰত কোনো নথকাৰ সুযোগ লৈ লুটপাত চোৰৰ।