মহানগৰীৰ হাতীগাঁৱত প্ৰশাসনৰ উচ্ছেদ অভিযান।ভেটাপাৰাস্থিত অবৈধ মাছৰ বজাৰত উচ্ছেদ পৌৰ নিগমৰ।মাছৰ বজাৰৰ লগতে কেইবাখনো ক্ষুদ্ৰ দোকানো উচ্ছেদ কৰে প্ৰশাসনে।দীৰ্ঘদিনৰ পৰা অবৈধভাৱে চলি আছিল এই বজাৰখন।