মহানগৰী গুৱাহাটীত যৌতুকৰ বাবে প্ৰাণ গ'ল এগৰাকী মহিলাৰ।স্বামীয়ে লাঠিৰে কোবাই কোবাই নৃশংসভাৱে হত্যা কৰিলে দুটি সন্তানৰ মাতৃক।মহানগৰীৰ গীতানগৰৰ সমীপৰ পানীপথত সংঘটিত হৈছে এই ঘটনা।নুনমাটি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত হত্যাকাৰী চফিজুল আলীক।