গুৱাহাটী

মহানগৰীত ছাত্ৰৰ আত্মহত্যা

asomiyapratidin
  • মহানগৰীত পুনৰ ছাত্ৰৰ আত্মহত্যাৰ ঘটনা।
  • দেওবাৰে জি আই এম টিৰ আবাসত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ।
  • মৃত ছাত্ৰজনৰ বোকাখাতৰ নাহৰজানত।
  • ছাত্ৰজনৰ নাম ভাৰ্গৱ ভট্টাচাৰ্য।
  • এইপৰ্যন্ত জানিব পৰা হোৱা নাই ছাত্ৰজনৰ আত্মহত্যাৰ কাৰন।