মহানগৰীৰ বশিষ্ঠত আৰক্ষীৰ বাহন ভাঙিলে সুৰাসক্ত যুৱকে।বশিষ্ঠ আৰক্ষীৰ ১১২বাহনত আক্রমণ সুৰেন বৰা নামৰ যুৱকজনৰ।বাহনখনৰ ক্ষতি সাধন কৰাৰ লগতে কৰ্তব্যৰত আৰক্ষীকো প্রহাৰ।বশিষ্ঠৰ ১৩ নং গলিত সংঘটিত হৈছে এই ঘটনা।