গুৱাহাটী

মহানগৰীৰ বোন্দাত প্ৰশাসনৰ উচ্ছেদ অভিযান

asomiyapratidin
  • মহানগৰীৰ বোন্দাত প্ৰশাসনৰ উচ্ছেদ অভিযান।
  • পথৰ দাঁতিৰ চৰকাৰী ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ আৰু কেইবাখনো দোকান উচ্ছেদ কৰিলে প্ৰশাসনে।
  • দিছপুৰ চক্ৰ বিষয়ৰ নেতৃত্বত এই উচ্ছেদ অভিযান।
  • বৰ্তমানেও চলি আছে উচ্ছেদ অভিযান।