- গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তি।
- ডঃ প্ৰতাপ জ্যোতি সন্দিকৈক নিযুক্তি দিয়া হৈছে নতুন উপাচাৰ্য হিচাপে।
- ডঃ সন্দিকৈ বিশ্ববিদ্যালয়খনৰ জৈৱ প্ৰযুক্তি বিভাগৰ অধ্যাপক।
- ৰাষ্ট্ৰীয় মূল্যাংকন আয়োগৰো মূল্যাংকন অধ্যাপক ডঃ সন্দিকৈ।
- ইফালে জৈৱ প্ৰযুক্তি গৱেষণাৰ বহুতো ৰাষ্ট্ৰীয় সংস্থাৰো তেখেত সদস্য।