- কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গেলামাল দোকান খোলা আৰু বন্ধ কৰাক কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ নিৰ্দেশনা।
- পাইকাৰী গেলামালৰ দোকান পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকেহে খুলি ৰাখিব পাৰিব।
- এই নিৰ্দেশ অমান্য কৰিলে আইন মতে প্ৰশাসনে দিব শাস্তি।
- খুচুৰা গেলামালৰ দোকান পুৱা ৯ বজাৰ পৰা বিয়লি ৬ বজালৈকে খুলিব পাৰিব।
- বৃহস্পতিবাৰৰ পৰা প্ৰযোজ্য হৈছে এই নিয়ম।
- পৰৱৰ্তী নিৰ্দেশনা দিয়া পৰ্যন্ত এই নিয়ম বাহাল থাকিব বুলি জনাই কামৰূপ মহানগৰ জিলা উপায়ুক্তই।
- ইফালে গ্ৰাহকসকলৰো কোৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি দুৰত্ব বজাই ৰখাৰ আহ্বান।