গুৱাহাটী

মহানগৰীৰ সাতগাঁৱত মহিলাৰ মৃতদেহ উদ্ধাৰ

asomiyapratidin
  • মহানগৰীৰ সাতগাঁৱৰ এটা ভাৰাঘৰত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।
  • মিলিজুলি পথৰ এটা ভাৰাঘৰত উদ্ধাৰ মৃতদেহটো।
  • বৰ্তমান পৰ্যন্ত উদ্ধাৰ হোৱা নাই মহিলাগৰাকীৰ পৰিচয়।
  • আৰক্ষীয়ে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি আৰম্ভ কৰিছে তদন্ত।
  • ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে।