গুৱাহাটী

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জাসহ দুজনক আটক

asomiyapratidin
  • মঙলবাৰে গুৱাহাটী ৰে'ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ।
  • ১০ কেজি গাঞ্জাসহ দুজন লোকক আটক কৰে ৰে'ল আৰক্ষীয়ে।
  • ধৃত লোক কেইজনৰ নাম সুধাংশু কুমাৰ আৰু ৰাজু আনছাৰী।
  • ডিমাপুৰৰ পৰা ধৃত দুয়োজনে আনিছিল গাঞ্জাখিনি।