এই মুহূৰ্তলৈকে ৮৩৫৭১টা ভোট লাভেৰে প্ৰথম স্থানত আছে গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।৮১,৯০৫টা ভোট লাভেৰে দ্বিতীয় স্থানত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা।উপমন্যু হাজৰিকাই লাভ কৰিছে ১৪৬৯টা ভোট।জোনমণি খাউণ্ডে লাভ কৰা ভোটৰ সংখ্যা ৫৯৯।