গুৱাহাটী

মহানগৰীৰ কামাখ্যাত নিশা বাঘৰ বিচৰণ… চাওঁক VIDEO

asomiyapratidin
  • মহানগৰীত নিশা বাঘৰ বিচৰণ।
  • মহানগৰীৰ কামাখ্যা মন্দিৰলৈ যোৱা পথত এটা নাহৰফুটুকীৰ বিচৰণ।
  • জনাঞ্চলৰ পৰা বনাঞ্চললৈ ওলাই আহিছে নাহৰফুটুকীটো।
  • পূৰ্বেও এনেদৰে দেখা পোৱা গৈছিল নাহৰফুটুকী।
  • এই সমগ্ৰ দৃশ্য বন্দী কৰা হ'ল কেমেৰাত।