গুৱাহাটী

ঘটনাস্থলীত উপস্থিত আৰক্ষী সঞ্চালক প্ৰধান…

asomiyapratidin
  • মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণস্থলীত উপস্থিত হৈছেগৈ আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়।
  • বিস্ফোৰণ কোনে সংঘটিত কৰিলে সেই সন্দৰ্ভত আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব বুলি মন্তব্য।
  • এই বিস্ফোৰণত দুজনকৈ লোক মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
  • বিস্ফোৰণত দুজন এছ এছ বি জোৱান নিহত হোৱা তথ্য আৰক্ষীয়ে নিশ্চিত কৰিছে।