মহানগৰীত পুনৰ বন্যহস্তীৰ উপদ্ৰৱ।নাৰেংগীৰ বীৰকুছিত হাতীয়ে লণ্ড ভণ্ড কৰিলে ৪টা বাসগৃহ।হাতীৰ ভয়ত ঘৰ এৰি পলায়ন একাংশ লোকৰ।জুই জ্বলাই, ফটকা ফুটাই হাতী খেদাৰ চেষ্টা ৰাইজৰআমছাং অভয়াৰণ্যৰ পৰা ওলাই আহিছে হাতীৰ এটা জাক।