গুৱাহাটী

মহানগৰীত পুনৰ ধুমুহা-বৰষুণ, VIDEO

asomiyapratidin
  • তীব্ৰ বতাহ-বৰষুণ মহানগৰীত।
  • বহু ঠাইত ক্ষয়ক্ষতিৰ সম্ভাৱনা।
  • নিশা প্ৰায় ৯.৫০ বজাত আৰম্ভ হৈছে বতাহ-বৰষুণ।
  • শনিবাৰেও ফেনীৰ প্ৰভাৱত হৈছিল মহানগৰীত ধাৰাসাৰ বৰষুণ আৰু ধুমুহা।
  • বহু ঠাইত বাগৰি পৰিছিল গছ-গছনি।
  • পুনৰ দেওবাৰে নিশা মহানগৰীত ধুমুহা-বৰষুণ।