গুৱাহাটী

চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণৰ পাছত উত্তপ্ত পৰিস্থিতি, চাওঁক VIDEO

asomiyapratidin
  • কিছুসময় পূৰ্বে গুৱাহাটীৰ চিৰিয়াখানাৰ সমীপত সংঘটিত বোমা বিস্ফোৰণৰ পাছত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।
  • ৮জনকৈ লোক আহত বিস্ফোৰণস্থলীত।
  • পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ বৃহৎ বাহিনী ব্যস্ত হৈ পৰিছে।
  • অচিনাক্ত দুৰ্বৃত্তই সংঘটিত কৰা এই বিস্ফোৰণৰ পাছতেই সমগ্ৰ অঞ্চলত তীব্ৰ যান-জঁটৰ বাবে পথচোৱাত প্ৰায় যাতায়াত বন্ধ হোৱাৰ উপক্ৰম হৈছে।
  • চেন্ট্ৰেল মলৰ সমীপত সংঘটিত এই বিস্ফোৰণত আহত সকলৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।