গুৱাহাটী

গুৱাহাটীৰ বিস্ফোৰণস্থলীত কি পৰিস্থিতি? শেহতীয়া দৃশ্য…

asomiyapratidin
  • চিৰিয়াখানাৰ বিস্ফোৰণস্থলীত যথেষ্ট লোকৰ ভিৰ।
  • চেন্ট্ৰেল মলৰ পদপথৰ সমীপতে সংঘটিত হৈছিল বিস্ফোৰণ।
  • বিস্ফোৰণস্থলীত আহতসকলক উদ্ধাৰ অভিযান অব্যাহত।
  • আৰক্ষীৰ উচ্চপৰ্যায়ৰ দলে পৰিদৰ্শন কৰিছে ঘটনাস্থলীত।
  • বিস্ফোৰণৰ পাছত ফুটপাথৰ কাষত সৃষ্টি হৈছে এটা গাঁতৰ।