মহানগৰীৰ মণিপুৰীবস্তিত বিস্ফোৰণ।এটা পৰিতক্ত টোপোলাত বিস্ফোৰণ।বিস্ফোৰণত আহত এটি ১০ বছৰীয়া শিশু।আহত শিশুটিৰ নাম দেৱানী শ্ৰী।আহত শিশুটিক ভৰ্তি কৰোৱা হৈছে আৰ্য হাস্পতালত।পল্টনবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।