মহানগৰীৰ বেহাৰবাৰীত অগ্নিকাণ্ড। তুলাৰ গুদামত সংঘটিত হৈছে এই অগ্নিকাণ্ড।কালী মন্দিৰ পথৰ গুদামটোত সংঘটিত অগ্নিকাণ্ডত বহু সা-সম্পত্তিৰ ক্ষতি।জুইৰ বাবে অঞ্চলটোত সৃষ্টি হয় উত্তেজনাৰ।ছমছেৰ আলী নামৰ এজন লোকৰ ভূমিত আছিল গুদামটো।