গুৱাহাটী

ঘোঁৰামাৰাত বালিভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত…

asomiyapratidin
  • মহানগৰীৰ ঘোঁৰামাৰাত বালিভৰ্তি ডাম্পাৰ দুৰ্ঘটনাগ্ৰস্ত।
  • মঙলবাৰে পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই ডাম্পাৰখন সোমাল অৰ্ধনিৰ্মিত নলাত।
  • কাৰ্বি স্বায়ত্ত পৰিষদৰ বিষয়া মহানন্দ হাজৰিকাৰ ঘৰত সোমালগৈ ডাম্পাৰখন।
  • দীৰ্ঘদিনে গড়কাপ্টানি বিভাগে নলা নিৰ্মাণৰ নামত হেমাহিৰ বাবেই দু্ৰ্ঘটনাৰ অভিযোগ একাংশ ৰাইজৰ।