গুৱাহাটী

ৰাজ্যত ৰন্ধন গেছৰ নাটনিক লৈ দিছপুৰত গুৰুত্বপূৰ্ণ বৈঠক

asomiyapratidin
  • ৰাজ্যত ৰন্ধন গেছৰ নাটনিক লৈ অসম সচিবালয়ত গুৰুত্বপূৰ্ণ বৈঠক।
  • খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে আই অ' চি বিষয়া আৰু ৰন্ধন গেছ পৰিবহণকাৰী সংস্থাৰ এই বৈঠক।
  • বৈঠকত উপস্থিত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে যোগান বিভাগৰ শীৰ্ষ বিষয়া।