গুৱাহাটী

গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ

asomiyapratidin
  • গুৱাহাটীৰ গড়চুক আৰক্ষীৰ জালত দুৰ্ধৰ্ষ গাড়ীচোৰ।
  • বৰাগাঁও আৰু হাজোৰ পৰা গড়চুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰ দুটাক।
  • ধৃত চোৰ দুটাৰ নাম আজগৰ আলী আৰু ৰুবুল আলী।
  • ধৃত চোৰ দুটাৰ পৰা জব্দ কৰে চুৰি কাৰ্যত ব্যৱহৃত কিছু সামগ্ৰী।