- চলিত বৰ্ষৰ ২ অক্টোৰত গান্ধীমণ্ডপত মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিছিল দেশৰ ভিতৰত তৃতীয় বৃহৎ ৰাষ্ট্ৰীয় পতাকা।
- এমাহতেই ফাটিল এই ৰাষ্ট্ৰীয় পতাকাখন।
- ৰাষ্ট্ৰীয় পতাকাখনৰ ওপৰৰ অংশ এটা ফাটিল।
- এইদৰে এতিয়া উৰি আছে ৰাষ্ট্ৰীয় পতাকাখন।
- উত্তোলনৰ সময়ত ঘোষণা কৰিছিল- বিশেষভাৱে প্ৰস্তুত কৰা হৈছে এইখন পতাকা।
- তাৰপাছতো এমাহতে কেনেদৰে ফাটিল পতাকাখন তাক লৈ প্ৰশ্ন।
- গান্ধী জয়ন্তীৰ দিনা উত্তোলন কৰা পতাকাখনৰ মানক লৈ উঠিছে প্ৰশ্ন।
- ৩১৯.৫ ফুট উচ্চতাত উৰি আছে এইখন পতাকা।
- পতাকাখনৰ ওজন প্ৰায় ৪ কুইণ্টল।
- স্মাৰ্টচিটিৰ অংশ ৰূপে কোটি টকা ব্যয় কৰা হৈছিল এই পতাকাৰ নামত।
- কোনো মতে এমাহহে ঠিকে থাকিল পতাকাখন।
চাওক গান্ধী মণ্ডপত ফটা পতাকা উৰি থকা ভিডিঅ'-