গুৱাহাটী

গান্ধী মণ্ডপত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, চাওঁক VIDEO

asomiyapratidin

ডিজিটেল ডেস্কঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে গুৱাহাটীৰ দক্ষিণ শৰণীয়াস্থিত গান্ধী মণ্ডপত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী।

গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি স্মাৰ্ট চিটিৰ অধীনত নিৰ্মাণ কৰা দেশৰ ভিতৰতে তৃতীয় উচ্চতাত থকা জাতীয় পতাকাখন আনুষ্ঠানিকভাৱে উত্তোলন কৰিব মুখ্যমন্ত্ৰী সোণোৱালে।

ইতিমধ্যে গান্ধী মণ্ডপত উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী সোণোৱাল। মুখ্যমন্ত্ৰীৰ লগত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,মন্ত্ৰী কেশল মহন্ত, মন্ত্ৰী নৱ দলে আৰু ডিজিপি কুল শইকীয়া।