গুৱাহাটী

ছয়মাইল-যোৰাবাট কৃত্ৰিম বানৰ তলত

asomiyapratidin
  • পুনৰ কৃত্ৰিম বানৰ কবলত মহানগৰ।
  • ছয়মাইল, যোৰাবাটত পানীৰ তলত ৰাজপথ।
  • এঘণ্টাৰ বৰষুণতে এই কৃত্ৰিম বান।
  • ব্যাপক যান-জঁট যোৰাবাটত।
  • দূৰণিবটীয়া নৈশ বাছ যাত্ৰীৰ দুৰ্ভোগ।
  • পাহাৰৰ পৰা বৈ অহা পানীৰ ফলতেই এই কৃত্ৰিম বান।